caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Israa, আয়াত ৮১

মক্কা · অৱতৰণৰ ক্ৰম ৫০ · 17:81

وَقُلْ جَآءَ ٱلْحَقُّ وَزَهَقَ ٱلْبَٰطِلُ إِنَّ ٱلْبَٰطِلَ كَانَ زَهُوقًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু কোৱা, ‘সত্য আহি পাইছে আৰু বাতিল (অসত্য) বিলুপ্ত হৈছে; নিশ্চয় বাতিল বিলুপ্ত হ’বলগীয়াই আছিল’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70