caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Israa, আয়াত ৩৫

মক্কা · অৱতৰণৰ ক্ৰম ৫০ · 17:35

وَأَوْفُوا۟ ٱلْكَيْلَ إِذَا كِلْتُمْ وَزِنُوا۟ بِٱلْقِسْطَاسِ ٱلْمُسْتَقِيمِ ذَٰلِكَ خَيْرٌ وَأَحْسَنُ تَأْوِيلًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ওজন কৰি দিয়াৰ সময়ত পূৰ্ণমাত্ৰাত ওজন কৰি দিবা, আৰু ওজন কৰিবা সঠিক তুলাচনীত, এইটোৱে হৈছে উত্তম আৰু পৰিণামত উৎকৃষ্ট।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70