caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা An-Nahl, আয়াত ১৫

মক্কা · অৱতৰণৰ ক্ৰম ৭০ · 16:15

وَأَلْقَىٰ فِى ٱلْأَرْضِ رَوَٰسِىَ أَن تَمِيدَ بِكُمْ وَأَنْهَٰرًا وَسُبُلًا لَّعَلَّكُمْ تَهْتَدُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেৱেঁই পৃথিৱীত সুদৃঢ় পৰ্বতমালা স্থাপন কৰিছে, যাতে পৃথিৱীয়ে তোমালোকক লৈ থৰক-বৰক কৰিব নোৱাৰে, আৰু স্থাপন কৰিছে নদ-নদী আৰু পথসমূহ, যাতে তোমালোকে নিজৰ গন্তব্যস্থলত যাব পাৰা;
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70