caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা An-Nahl, আয়াত ১২৮

মক্কা · অৱতৰণৰ ক্ৰম ৭০ · 16:128

إِنَّ ٱللَّهَ مَعَ ٱلَّذِينَ ٱتَّقَوا۟ وَّٱلَّذِينَ هُم مُّحْسِنُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আল্লাহ তেওঁলোকৰ লগত আছে যিসকলে তাক্বৱা অৱলম্বন কৰিছে আৰু যিসকল সৎকৰ্মপৰায়ণ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70