ٱدْخُلُوهَا بِسَلَٰمٍ ءَامِنِينَ Assamese Translation - Rafiqul Islam Habibur-Rahman(তেওঁলোকক কোৱা হ’ব,) ‘তোমালোকে শান্তি আৰু নিৰাপত্তাৰ সৈতে ইয়াত প্ৰৱেশ কৰা’।