caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Hijr, আয়াত ৩৯

মক্কা · অৱতৰণৰ ক্ৰম ৫৪ · 15:39

قَالَ رَبِّ بِمَآ أَغْوَيْتَنِى لَأُزَيِّنَنَّ لَهُمْ فِى ٱلْأَرْضِ وَلَأُغْوِيَنَّهُمْ أَجْمَعِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসি ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি যে মোক বিপথগামী কৰিলা সেইকাৰণে নিশ্চিতভাৱে মই পৃথিৱীত পাপকৰ্মসমূহক মানুহৰ ওচৰত শোভনীয় কৰি উপস্থাপন কৰিম আৰু নিশ্চয় মই সিহঁতৰ আটাইকে বিপথগামী কৰিম,
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70