caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Hijr, আয়াত ১৪

মক্কা · অৱতৰণৰ ক্ৰম ৫৪ · 15:14

وَلَوْ فَتَحْنَا عَلَيْهِم بَابًا مِّنَ ٱلسَّمَآءِ فَظَلُّوا۟ فِيهِ يَعْرُجُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যদি আমি সিহঁতৰ বাবে আকাশৰ দুৱাৰো খুলি দিলোঁহেঁতেন, আৰু সিহঁতে তাত আৰোহণ কৰিলেহেঁতেন,
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70