caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Ibrahim, আয়াত ৫১

মক্কা · অৱতৰণৰ ক্ৰম ৭২ · 14:51

لِيَجْزِىَ ٱللَّهُ كُلَّ نَفْسٍ مَّا كَسَبَتْ إِنَّ ٱللَّهَ سَرِيعُ ٱلْحِسَابِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইকাৰণে যে, আল্লাহে প্ৰত্যেককে সিহঁতৰ কৃতকৰ্মৰ প্ৰতিদান দিব। নিশ্চয় আল্লাহ হিচাপ গ্ৰহণত অতি তৎপৰ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70