caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Ar-Ra'd, আয়াত ১২

মদিনা · অৱতৰণৰ ক্ৰম ৯৬ · 13:12

هُوَ ٱلَّذِى يُرِيكُمُ ٱلْبَرْقَ خَوْفًا وَطَمَعًا وَيُنشِئُ ٱلسَّحَابَ ٱلثِّقَالَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই ভয় আৰু আশা সঞ্চাৰ কৰাৰ বাবে তোমালোকক বিজুলীৰ চমক দেখুৱায়, আৰু তেৱেঁই গধূৰ মেঘ সৃষ্টি কৰে;
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70