caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Yusuf, আয়াত ৩৪

মক্কা · অৱতৰণৰ ক্ৰম ৫৩ · 12:34

فَٱسْتَجَابَ لَهُۥ رَبُّهُۥ فَصَرَفَ عَنْهُ كَيْدَهُنَّ إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসেয়ে তেওঁৰ প্ৰতিপালকে তেওঁৰ প্ৰাৰ্থনাত সঁহাৰি জনালে আৰু তেওঁক সিহঁতৰ ছলনাৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70