caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Yusuf, আয়াত ১০৪

মক্কা · অৱতৰণৰ ক্ৰম ৫৩ · 12:104

وَمَا تَسْـَٔلُهُمْ عَلَيْهِ مِنْ أَجْرٍ إِنْ هُوَ إِلَّا ذِكْرٌ لِّلْعَٰلَمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅথচ তুমি সিহঁতৰ পৰা কোনো প্ৰতিদানো বিচৰা নাই। এই (কোৰআন) হৈছে সৃষ্টিজগতৰ বাবে উপদেশমাত্ৰ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70