caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Hud, আয়াত ১১৪

মক্কা · অৱতৰণৰ ক্ৰম ৫২ · 11:114

وَأَقِمِ ٱلصَّلَوٰةَ طَرَفَىِ ٱلنَّهَارِ وَزُلَفًا مِّنَ ٱلَّيْلِ إِنَّ ٱلْحَسَنَٰتِ يُذْهِبْنَ ٱلسَّيِّـَٔاتِ ذَٰلِكَ ذِكْرَىٰ لِلذَّٰكِرِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তুমি ছালাত কায়েম কৰা, দিনৰ দুয়ো প্ৰান্তভাগত আৰু ৰাতিৰ প্ৰথমাংশত। নিশ্চয় সৎকৰ্মই অসৎকৰ্মক দূৰ কৰে। উপদেশ গ্ৰহণকাৰীসকলৰ বাবে এইটো এটা উপদেশ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70