caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Yunus, আয়াত ৯১

মক্কা · অৱতৰণৰ ক্ৰম ৫১ · 10:91

ءَآلْـَٰٔنَ وَقَدْ عَصَيْتَ قَبْلُ وَكُنتَ مِنَ ٱلْمُفْسِدِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতিয়া (ঈমান আনিছা)! অথচ ইতিপূৰ্বে তুমি অমান্য কৰিছিলা আৰু তুমি অশান্তি সৃষ্টিকাৰীসকলৰ অন্তৰ্ভুক্ত আছিলা।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70