caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা At-Tawba, আয়াত ৪৩

মদিনা · অৱতৰণৰ ক্ৰম ১১৩ · 9:43

عَفَا ٱللَّهُ عَنكَ لِمَ أَذِنتَ لَهُمْ حَتَّىٰ يَتَبَيَّنَ لَكَ ٱلَّذِينَ صَدَقُوا۟ وَتَعْلَمَ ٱلْكَٰذِبِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহে তোমাক ক্ষমা কৰিছে। কোনসকল লোক সত্যবাদী সেয়া তোমাৰ ওচৰত স্পষ্ট নোহোৱালৈকে আৰু কোনসকল লোক মিছলীয়া সেই কথা তুমি নজনালৈকে কিয় সিহঁতক অব্যাহতি প্ৰদান কৰিলা?
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70