caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Fajr, আয়াত ১৫

মক্কা · অৱতৰণৰ ক্ৰম ১০ · 89:15

فَأَمَّا ٱلْإِنسَٰنُ إِذَا مَا ٱبْتَلَىٰهُ رَبُّهُۥ فَأَكْرَمَهُۥ وَنَعَّمَهُۥ فَيَقُولُ رَبِّىٓ أَكْرَمَنِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মানুহৰ প্ৰকৃতি এনেকুৱা যে, যেতিয়া তাৰ প্ৰতিপালকে তাক সন্মান আৰু অনুগ্ৰহ প্ৰদান কৰি পৰীক্ষা কৰে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক সন্মানিত কৰিছে’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70