caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Burooj, আয়াত ১০

মক্কা · অৱতৰণৰ ক্ৰম ২৭ · 85:10

إِنَّ ٱلَّذِينَ فَتَنُوا۟ ٱلْمُؤْمِنِينَ وَٱلْمُؤْمِنَٰتِ ثُمَّ لَمْ يَتُوبُوا۟ فَلَهُمْ عَذَابُ جَهَنَّمَ وَلَهُمْ عَذَابُ ٱلْحَرِيقِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় যিসকলে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক বিপদাপন্ন কৰিছে তাৰ পিছত তাওবা কৰা নাই, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি, লগতে সিহঁতৰ বাবে আছে দহন যন্ত্ৰণা।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70