ٱلَّذِى خَلَقَكَ فَسَوَّىٰكَ فَعَدَلَكَ Assamese Translation - Rafiqul Islam Habibur-Rahmanযিজনে তোমাক সৃষ্টি কৰিছে, তাৰ পিছত তোমাক সুঠাম কৰিছে আৰু সুসামঞ্জস্য কৰিছে,