caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Anfaal, আয়াত ৭৩

মদিনা · অৱতৰণৰ ক্ৰম ৮৮ · 8:73

وَٱلَّذِينَ كَفَرُوا۟ بَعْضُهُمْ أَوْلِيَآءُ بَعْضٍ إِلَّا تَفْعَلُوهُ تَكُن فِتْنَةٌ فِى ٱلْأَرْضِ وَفَسَادٌ كَبِيرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআনহাতে যিসকলে কুফুৰী কৰিছে সিহঁতে পৰস্পৰে পৰস্পৰৰ বন্ধু, সেয়ে যদি তোমালোকে এনে নকৰা তেন্তে পৃথিৱীত ফিতনা আৰু মহাবিপৰ্যয়ে দেখা দিব।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70