caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Anfaal, আয়াত ১৪

মদিনা · অৱতৰণৰ ক্ৰম ৮৮ · 8:14

ذَٰلِكُمْ فَذُوقُوهُ وَأَنَّ لِلْكَٰفِرِينَ عَذَابَ ٱلنَّارِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটোৱে তোমালোকৰ শাস্তি, এতেকে তোমালোকে ইয়াৰ সোৱাদ লোৱা। নিশ্চয় কাফিৰসকলৰ বাবে আছে জাহান্নামৰ শাস্তি।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70