caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Ma'aarij, আয়াত ৪৩

মক্কা · অৱতৰণৰ ক্ৰম ৭৯ · 70:43

يَوْمَ يَخْرُجُونَ مِنَ ٱلْأَجْدَاثِ سِرَاعًا كَأَنَّهُمْ إِلَىٰ نُصُبٍ يُوفِضُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইদিনা সিহঁত কবৰৰ পৰা দ্ৰুতবেগত ওলাই আহিব, এনে লাগিব যেনিবা সিহঁতে কোনো লক্ষ্যস্থলৰ ফালে ধাৱিত হৈছে,
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70