caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Qalam, আয়াত ৭

মক্কা · অৱতৰণৰ ক্ৰম ২ · 68:7

إِنَّ رَبَّكَ هُوَ أَعْلَمُ بِمَن ضَلَّ عَن سَبِيلِهِۦ وَهُوَ أَعْلَمُ بِٱلْمُهْتَدِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তোমাৰ প্ৰতিপালকে ভালকৈয়ে জানে, কোন তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে, আৰু এই কথাও ভালকৈয়ে জানে কোনসকল লোক হিদায়তপ্ৰাপ্ত।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70