caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-An'aam, আয়াত ৪৫

মক্কা · অৱতৰণৰ ক্ৰম ৫৫ · 6:45

فَقُطِعَ دَابِرُ ٱلْقَوْمِ ٱلَّذِينَ ظَلَمُوا۟ وَٱلْحَمْدُ لِلَّهِ رَبِّ ٱلْعَٰلَمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanফলত যালিম সম্প্ৰদায়ক মূলোচ্ছেদ কৰা হ'ল, আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ বাবেই।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70