caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-An'aam, আয়াত ১৩

মক্কা · অৱতৰণৰ ক্ৰম ৫৫ · 6:13

وَلَهُۥ مَا سَكَنَ فِى ٱلَّيْلِ وَٱلنَّهَارِ وَهُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanৰাতি আৰু দিনত যি যি অৱস্থান কৰে সেই সকলোবোৰ তেওঁৰেই, আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70