caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Hashr, আয়াত ৩

মদিনা · অৱতৰণৰ ক্ৰম ১০১ · 59:3

وَلَوْلَآ أَن كَتَبَ ٱللَّهُ عَلَيْهِمُ ٱلْجَلَآءَ لَعَذَّبَهُمْ فِى ٱلدُّنْيَا وَلَهُمْ فِى ٱلْـَٔاخِرَةِ عَذَابُ ٱلنَّارِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যদি আল্লাহে সিহঁতৰ বাবে নিৰ্বাসনদণ্ড লিপিবদ্ধ নকৰিলেহেঁতেন, তেন্তে তেওঁ নিশ্চয় সিহঁতক পৃথিৱীতেই (বেলেগ কোনো) শাস্তি বিহিলেহেঁতেন; আৰু আখিৰাতত সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70