فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?