caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Qamar, আয়াত ৩৪

মক্কা · অৱতৰণৰ ক্ৰম ৩৭ · 54:34

إِنَّآ أَرْسَلْنَا عَلَيْهِمْ حَاصِبًا إِلَّآ ءَالَ لُوطٍ نَّجَّيْنَٰهُم بِسَحَرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি সিহঁতৰ ওপৰত শিল বহনকাৰী প্ৰচণ্ড ধুমুহা পঠিয়াইছিলোঁ, কেৱল লূত পৰিয়ালৰ বাহিৰে; তেওঁলোকক আমি উদ্ধাৰ কৰিছিলোঁ ৰাতিৰ শেষাংশত,
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70