caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Qaaf, আয়াত ৯

মক্কা · অৱতৰণৰ ক্ৰম ৩৪ · 50:9

وَنَزَّلْنَا مِنَ ٱلسَّمَآءِ مَآءً مُّبَٰرَكًا فَأَنۢبَتْنَا بِهِۦ جَنَّٰتٍ وَحَبَّ ٱلْحَصِيدِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আকাশৰ পৰা বৰ্ষণ কৰোঁ আমি কল্যণময় পানী। তাৰ পিছত তাৰ দ্বাৰা উৎপন্ন কৰোঁ বাগ-বাগিচা আৰু কৰ্তনযোগ্য শস্যদানা।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70