caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Maaida, আয়াত ৮৬

মদিনা · অৱতৰণৰ ক্ৰম ১১২ · 5:86

وَٱلَّذِينَ كَفَرُوا۟ وَكَذَّبُوا۟ بِـَٔايَٰتِنَآ أُو۟لَٰٓئِكَ أَصْحَٰبُ ٱلْجَحِيمِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআনহাতে যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক মিথ্যাৰোপ কৰিছে, সিহঁতেই হৈছে জাহান্নামী।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70