caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Az-Zukhruf, আয়াত ৮১

মক্কা · অৱতৰণৰ ক্ৰম ৬৩ · 43:81

قُلْ إِن كَانَ لِلرَّحْمَٰنِ وَلَدٌ فَأَنَا۠ أَوَّلُ ٱلْعَٰبِدِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘ৰহমানৰ যদি কোনো সন্তান থাকিলহেঁতেন তেন্তে ময়েই প্ৰথম তেওঁৰ ইবাদতকাৰী হ’লোঁহেঁতেন;
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70