caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Az-Zumar, আয়াত ৩৭

মক্কা · অৱতৰণৰ ক্ৰম ৫৯ · 39:37

وَمَن يَهْدِ ٱللَّهُ فَمَا لَهُۥ مِن مُّضِلٍّ أَلَيْسَ ٱللَّهُ بِعَزِيزٍ ذِى ٱنتِقَامٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইদৰে যাক আল্লাহে হিদায়ত কৰে, তাক পথভ্ৰষ্ট কৰিবলৈও কোনো নাই; তেন্তে আল্লাহ মহা পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী নহয়নে বাৰু?
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70