caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Saad, আয়াত ৬৫

মক্কা · অৱতৰণৰ ক্ৰম ৩৮ · 38:65

قُلْ إِنَّمَآ أَنَا۠ مُنذِرٌ وَمَا مِنْ إِلَٰهٍ إِلَّا ٱللَّهُ ٱلْوَٰحِدُ ٱلْقَهَّارُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘মই কেৱল এজন সতৰ্ককাৰীহে মাথোন আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক, প্ৰবল প্ৰতাপশালী।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70