وَأَبْصِرْ فَسَوْفَ يُبْصِرُونَ Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, শীঘ্ৰেই সিহঁতে দেখিবলৈ পাব (ইয়াৰ সাংঘাতিক পৰিণাম)।