caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা As-Saaffaat, আয়াত ১৫৮

মক্কা · অৱতৰণৰ ক্ৰম ৫৬ · 37:158

وَجَعَلُوا۟ بَيْنَهُۥ وَبَيْنَ ٱلْجِنَّةِ نَسَبًا وَلَقَدْ عَلِمَتِ ٱلْجِنَّةُ إِنَّهُمْ لَمُحْضَرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে আল্লাহ আৰু জিন জাতিৰ মাজত আত্মীয়তাৰ সম্পৰ্ক স্থিৰ কৰিছে, অথচ জিনবিলাকে জানে যে, নিশ্চয় সিহঁতক উপস্থিত কৰা হ’ব (শাস্তিৰ বাবে)।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70