caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Yaseen, আয়াত ৯

মক্কা · অৱতৰণৰ ক্ৰম ৪১ · 36:9

وَجَعَلْنَا مِنۢ بَيْنِ أَيْدِيهِمْ سَدًّا وَمِنْ خَلْفِهِمْ سَدًّا فَأَغْشَيْنَٰهُمْ فَهُمْ لَا يُبْصِرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি সিহঁতৰ আগফালে প্ৰাচীৰ আৰু পিছফালে প্ৰাচীৰ স্থাপন কৰিছোঁ, তাৰ পিছত আমি সিহঁতক ঢাকি দিছোঁ, ফলত সিহঁতে দেখিবলৈ নাপায়।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70