caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Yaseen, আয়াত ৩০

মক্কা · অৱতৰণৰ ক্ৰম ৪১ · 36:30

يَٰحَسْرَةً عَلَى ٱلْعِبَادِ مَا يَأْتِيهِم مِّن رَّسُولٍ إِلَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanপৰিতাপ বান্দাসকলৰ বাবে; সিহঁতৰ ওচৰলৈ যেতিয়াই কোনো ৰাছুল আহিছে তেতিয়াই সিহঁতে তেওঁৰ লগত ঠাট্টা-বিদ্ৰূপ কৰিছে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70