caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Faatir, আয়াত ৩৮

মক্কা · অৱতৰণৰ ক্ৰম ৪৩ · 35:38

إِنَّ ٱللَّهَ عَٰلِمُ غَيْبِ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ إِنَّهُۥ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ গায়েব সম্পৰ্কে অৱগত। নিশ্চয় অন্তৰত যি আছে সেই বিষয়েও তেওঁ সম্যক পৰিজ্ঞাত।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70