caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Aal-i-Imraan, আয়াত ১০৭

মদিনা · অৱতৰণৰ ক্ৰম ৮৯ · 3:107

وَأَمَّا ٱلَّذِينَ ٱبْيَضَّتْ وُجُوهُهُمْ فَفِى رَحْمَةِ ٱللَّهِ هُمْ فِيهَا خَٰلِدُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলৰ মুখ উজ্জল হ’ব তেওঁলোকে আল্লাহৰ অনুগ্ৰহত থাকিব, তাত তেওঁলোক চিৰস্থায়ী হ’ব।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70