caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Ash-Shu'araa, আয়াত ৪১

মক্কা · অৱতৰণৰ ক্ৰম ৪৭ · 26:41

فَلَمَّا جَآءَ ٱلسَّحَرَةُ قَالُوا۟ لِفِرْعَوْنَ أَئِنَّ لَنَا لَأَجْرًا إِن كُنَّا نَحْنُ ٱلْغَٰلِبِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে যেতিয়া যাদুকৰবিলাকে আহি ফিৰআউনক ক’লে, ‘যদি আমি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰস্কাৰ থাকিবনে’?
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70