caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Ash-Shu'araa, আয়াত ১৬৬

মক্কা · অৱতৰণৰ ক্ৰম ৪৭ · 26:166

وَتَذَرُونَ مَا خَلَقَ لَكُمْ رَبُّكُم مِّنْ أَزْوَٰجِكُم بَلْ أَنتُمْ قَوْمٌ عَادُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে যি স্ত্ৰীসকলক সৃষ্টি কৰিছে সিহঁতক তোমালোকে বৰ্জন কৰি আছা? বৰং তোমালোক হৈছা এটা সীমালংঘনকাৰী সম্প্ৰদায়’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70