caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Furqaan, আয়াত ৭৫

মক্কা · অৱতৰণৰ ক্ৰম ৪২ · 25:75

أُو۟لَٰٓئِكَ يُجْزَوْنَ ٱلْغُرْفَةَ بِمَا صَبَرُوا۟ وَيُلَقَّوْنَ فِيهَا تَحِيَّةً وَسَلَٰمًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোককেই জান্নাতৰ সুউচ্চ কক্ষ প্ৰতিদান হিচাপে প্ৰদান কৰা হ’ব। যিহেতু তেওঁলোক আছিল ধৈৰ্য্যশীল। তেওঁলোকক তাত অভিবাদন আৰু ছালামৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হ’ব।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70