caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Furqaan, আয়াত ৩৮

মক্কা · অৱতৰণৰ ক্ৰম ৪২ · 25:38

وَعَادًا وَثَمُودَا۟ وَأَصْحَٰبَ ٱلرَّسِّ وَقُرُونًۢا بَيْنَ ذَٰلِكَ كَثِيرًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি ধ্বংস কৰিছিলোঁ আদ, ছামূদ, ৰাছ’ৰ অধিবাসীবিলাকক, লগতে সিহঁতৰ মধ্যৱৰ্তী সময়ৰ বহু প্ৰজন্মকো।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70