caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Furqaan, আয়াত ৩০

মক্কা · অৱতৰণৰ ক্ৰম ৪২ · 25:30

وَقَالَ ٱلرَّسُولُ يَٰرَبِّ إِنَّ قَوْمِى ٱتَّخَذُوا۟ هَٰذَا ٱلْقُرْءَانَ مَهْجُورًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ৰাছুলে ক’ব, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মোৰ সম্প্ৰদায়ে কোৰআনক পৰিত্যজ সাব্যস্ত কৰিছে’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70