caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Furqaan, আয়াত ১৬

মক্কা · অৱতৰণৰ ক্ৰম ৪২ · 25:16

لَّهُمْ فِيهَا مَا يَشَآءُونَ خَٰلِدِينَ كَانَ عَلَىٰ رَبِّكَ وَعْدًا مَّسْـُٔولًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাত তেওঁলোকে চিৰকাল বসবাস কৰিব আৰু যিটো কামনা কৰিব সেইটোৱে পাব; এই প্ৰতিশ্ৰুতি পূৰণ কৰাটো তোমাৰ প্ৰতিপালকৰ দায়িত্ব।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70