caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা An-Noor, আয়াত ১৩

মদিনা · অৱতৰণৰ ক্ৰম ১০২ · 24:13

لَّوْلَا جَآءُو عَلَيْهِ بِأَرْبَعَةِ شُهَدَآءَ فَإِذْ لَمْ يَأْتُوا۟ بِٱلشُّهَدَآءِ فَأُو۟لَٰٓئِكَ عِندَ ٱللَّهِ هُمُ ٱلْكَٰذِبُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে কিয় এই বিষয়ে চাৰিজন সাক্ষী উপস্থিত নকৰিলে? গতিকে যিহেতু সিহঁতে সাক্ষী উপস্থিত কৰিব পৰা নাই, সেয়ে সিহঁতেই হৈছে আল্লাহৰ ওচৰত মিছলীয়া।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70