caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Muminoon, আয়াত ৭৮

মক্কা · অৱতৰণৰ ক্ৰম ৭৪ · 23:78

وَهُوَ ٱلَّذِىٓ أَنشَأَ لَكُمُ ٱلسَّمْعَ وَٱلْأَبْصَٰرَ وَٱلْأَفْـِٔدَةَ قَلِيلًا مَّا تَشْكُرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই তোমালোকৰ বাবে কাণ, চকু আৰু অন্তকৰণ সৃষ্টি কৰিছে; কিন্তু তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70