caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Muminoon, আয়াত ৬৬

মক্কা · অৱতৰণৰ ক্ৰম ৭৪ · 23:66

قَدْ كَانَتْ ءَايَٰتِى تُتْلَىٰ عَلَيْكُمْ فَكُنتُمْ عَلَىٰٓ أَعْقَٰبِكُمْ تَنكِصُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় মোৰ আয়াতসমূহ তোমালোকৰ সন্মুখত তিলাৱত কৰা হৈছিল, কিন্তু তোমালোকে উলটি পিছফালেহে গুচি গৈছিলা--
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70