caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Hajj, আয়াত ৬৪

মদিনা · অৱতৰণৰ ক্ৰম ১০৩ · 22:64

لَّهُۥ مَا فِى ٱلسَّمَٰوَٰتِ وَمَا فِى ٱلْأَرْضِ وَإِنَّ ٱللَّهَ لَهُوَ ٱلْغَنِىُّ ٱلْحَمِيدُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআকাশসমূত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। নিশ্চয় আল্লাহ, তেৱেঁই অভাৱমুক্ত, পৰম প্ৰশংসিত।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70