caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Hajj, আয়াত ৩২

মদিনা · অৱতৰণৰ ক্ৰম ১০৩ · 22:32

ذَٰلِكَ وَمَن يُعَظِّمْ شَعَٰٓئِرَ ٱللَّهِ فَإِنَّهَا مِن تَقْوَى ٱلْقُلُوبِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটোৱে হৈছে আল্লাহৰ বিধান, আৰু যিয়ে আল্লাহৰ নিদৰ্শনাৱলীক সন্মান কৰে, নিঃসন্দেহে সেইটো হৈছে তাৰ হৃদয়ৰ তাক্বৱাৰ বহিঃপ্ৰকাশ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70