caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Hajj, আয়াত ১২

মদিনা · অৱতৰণৰ ক্ৰম ১০৩ · 22:12

يَدْعُوا۟ مِن دُونِ ٱللَّهِ مَا لَا يَضُرُّهُۥ وَمَا لَا يَنفَعُهُۥ ذَٰلِكَ هُوَ ٱلضَّلَٰلُ ٱلْبَعِيدُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসি আল্লাহৰ পৰিবৰ্তে সেইবোৰক আহ্বান কৰে যিবোৰে তাৰ কোনো ক্ষতিও কৰিব নোৱাৰে আৰু তাৰ কোনো উপকাৰো কৰিব নোৱাৰে; এইটোৱে হৈছে চৰম পথভ্ৰষ্টতা!
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70