caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Hajj, আয়াত ১০

মদিনা · অৱতৰণৰ ক্ৰম ১০৩ · 22:10

ذَٰلِكَ بِمَا قَدَّمَتْ يَدَاكَ وَأَنَّ ٱللَّهَ لَيْسَ بِظَلَّٰمٍ لِّلْعَبِيدِ

Assamese Translation - Rafiqul Islam Habibur-Rahman(সেইদিনা তাক কোৱা হ’ব) ‘এইটো তোমাৰেই কৃতকৰ্মৰ ফল, নিশ্চয় আল্লাহে বান্দাসকলৰ প্ৰতি বিন্দুমাত্ৰও অন্যায় নকৰে’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70